
anitwitter
newsnextone.com | আগৰতলাঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ খবৰ আহিছে। জানিব পৰা মতে, আগৰতলাৰ পৰা কিছু নিলগত বিএছএফৰ জোৱানে অভিযান চলাই ৩৩৯০.৬৯০ কেজি গাঞ্জা উদ্ধাৰ কৰে।
৮৫টা প্লাষ্টিকৰ ড্ৰামত ভৰাই ৰাখিছিল গাঞ্জা সমূহ। এটুকুৰা পৰিত্যক্ত ভূমিত পুতি থোৱা আছিল ড্ৰাম সমূহ। ২ আগষ্টত প্ৰথমে এঘৰ লোকৰ বাৰীত ৪৮৮ কেজি গাঞ্জা উদ্ধাৰ হৈছিল তাৰ পিছতে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।