পাকিস্তানৰ ২২ সংখ্যক প্ৰধানমন্ত্ৰী হিচাবে ইমৰান খানৰ শপত গ্ৰহণ

newsnextone । ডিজিটেল ডেস্কঃ পাকিস্তানৰ নৱতম প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ ল’লে ইমৰান খানে। আজি দিনৰ ১১ বজাত প্ৰাক্তন ক্ৰিকেট তাৰকাগৰাকীয়ে দেশখনৰ ২২ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰে। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই শপত গ্ৰহণ অনুষ্ঠানত দেশ-বিদেশৰ বহু লোক উপস্থিত থাকে।
অনুষ্ঠানত নবজোৎ সিং সিদ্ধুকে ধৰি কেবাজনো বিদেশী ক্ৰিকেটাৰেও অংশ লয়।