
তেজপুৰ: কংগ্ৰেছ দলে আহ্বান জনোবা ভাৰত বন্ধৰ কালচোৱাত তেজপুৰত সৰ্বাত্মক কৰাৰ বাবে তেজপুৰত কংগ্ৰেছ আৰু আৰক্ষীৰ মাজত সংঘাট সৃষ্টি হোৱা পৰিলক্ষিত হয় ।
তেজপুৰৰ মিচন চাৰিআলিত বন্ধ সমৰ্থকে গাড়ী মটৰ যান বাহন ৰখাই প্ৰতিবাদ সাবস্ত্য কৰাত আৰক্ষীয়ে বাধা দিয়াৰ চেষ্ট কৰে।
আৰক্ষীয়ে ডিপু খুলি প্ৰতিবাদ কাৰী সকলক আটক কৰে ।তেজপুৰত জিলা কংগ্ৰেছৰ বিষয়ববীয়া সহ ৫জন, চাৰিদুৱাৰত ৮জন পিকেটিং কাৰিক আটক কৰে।