
বৰখলাঃ কাছাৰৰ বৰখলা সমষ্টিৰ বিজয়পুৰত ৰাষ্ট্ৰীয় ঘাই পথত শনিবাৰে পথ দুৰ্ঘটনা সংঘটিত হৈ তিনিগৰাকী লোকৰ মৃত্যু হয়৷ এখন ডাম্পাৰ আৰু ML-04A-612 নম্বৰৰ এখন অল্টৰ মাজত মুখামুখী সংঘৰ্ষ লাগে৷
ফলতফকৰ আহমেদ, মনিৰ আহমেদ, মামন আহমেদ, নামৰ তিনিজন লোকৰ মৃত্যু হয়। শিলচৰৰ পৰা আহি থকা অল্টখনে বৰখলা হৈ কৰিমগঞ্জত অভিমুখে যোৱাৰ সময়তে বিজয়পুৰত সংঘৰ্ষ লাগে ডাম্পাৰ খনৰ সৈতে।