
চতিয়াঃ চতিয়াৰ পোকেকাটিত আৰক্ষী আৰু বনবিভাগৰ যৌথ অভিযানত জালত পৰিল এজন দুধৰ্ষ চোৰাং চিকাৰী৷ আৰক্ষী আৰু বনবিভাগে এক গোপন অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় চোৰাং চিকাৰীজনক৷
দুধৰ্ষ চোৰা চিকাৰীযনক গৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা এ কে ৪৭ ৰাইফল আৰু ২০ জাই সজীৱ গুলী৷ জীয়াউৰ ৰহমান নামৰ ধৃত চোৰাংচিকাৰীজনে ঘৰৰ খেৰৰ মেজিৰ তলত অস্ত্ৰ সমূহ পুতি থৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷