অসমত ১৩২ মিটাৰ দৈৰ্ঘ্যৰ গুহা ক'ত আছে?... মানুহ সোমাব পৰা খোৰোং দেখিছেনে?

গুৱাহাটীঃ অসমৰ প্ৰাকৃতিক সম্পদ অনন্য। শ শ প্ৰজাতিৰ গছ-গছনি, জীৱ-জন্তু আৰু জান-জুৰি, গৰম পানীৰ উহকে ধৰি অসমত নাই কি? কিন্তু আমি ইয়াক উচিতভাৱে বিশ্বক চিনাকি কৰি দিব পাৰিছোঁনে?

ভিডিঅ'টো চাওক, অনুভৱ কৰক প্ৰাকৃতিকভাৱে আমি কিমান আশিসধন্য!