
তুলসীবাৰীঃ সদৌ অসম ছত্ৰ সন্থাৰ বৈদ্যগড় আঞ্চলিক সমিতিয়ে সুধাকন্ঠ ড০ ভুপেন হাজৰিকাৰ ষষ্ঠ বাৰ্ষিক মৃত্যু তিথি উপলক্ষে বন্তি প্ৰজ্বলন কৰি সুধাকন্ঠক সম্পৰণ কৰে৷ সংগঠনটোৰ তৰণীস্থিত কাৰ্যালয় প্ৰাংগনত ছহিদ যতীন কলিতাৰ বেদীত বন্তি প্ৰজ্বলন কৰে৷
কাৰ্যসুচীত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ উপ-সভাপতি শংকৰ ভূঞাৰ লগতে সভাপতি বিশ্ব কলিতা, সম্পাদক ভূপেন কলিতাৰ লগতে ক্ৰীড়া সম্পাদক মানবেন্দ্ৰ হালৈ উপস্থতি থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷