AME-CET পৰীক্ষাত নয়নজ্যোতিয়ে পালে ৯৮% নম্বৰ

বিলাসীপাৰাঃ Aircraft Maintenance Engineering (AME CET-Examinationত 2019)ত নয়নজ্যোতি নাথে EDUCATE INSTITUTE গুৱাহাটী Coachingৰপৰা অসমৰ ভিতৰত ৯৮ শতাংশ নন্বৰ পাই  প্ৰথম স্থান লাভ কৰি ধুবুৰী তথা বিলাসীপাৰা মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে।