
♦ পৃথক বড়োলেণ্ডৰ দাবীত এবছুৰ প্ৰতিবাদ অব্যাহত।

♦ কোকৰাঝাৰত শতাধিক লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ।
♦ ঢেকিয়াজুলিৰ বাতাচীপুৰতো প্ৰতিবাদ সাব্যস্ত কৰিলে এবছুৱে।

♦ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি পৃথক বড়ো ৰাজ্য গঠনত গুৰুত্ব নিদিয়াৰ অভিযোগ প্ৰতিবাদকাৰীৰ।