বৰকুৰাত পথ দুৰ্ঘটনা, নিহত এজন

বৰনদ্দীঃ নলবাৰীৰ বৰকুৰাত এখন তীব্ৰবেগী ডাম্পাৰে মঙলবাৰে As 01 DN 7184 নম্বৰৰ স্কুটীখনত খুন্দা মৰাত আৰোহীজন থিতাতে নিহত হয়। নিহত লোৰজন শিলাকুটীৰ মুন্নাফ আলী বুলি জানিব পৰা গৈছে।