
গুৱাহাটীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিশু তথা নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতেই এইবাৰ নিৰ্যাতনৰ ঘটনা সংঘটিত হ’ল গুৱাহাটী মহানগৰীত৷
মহানগৰীৰ শান্তিপুৰত এটি ৫ বছৰীয়া শিশুৰ ওপৰত নিৰ্যাতন চলাৰ এভিযোগ উত্থাপন কৰিছে শিশুটিৰ অভিভাৱকে৷
►পঢ়িবলৈ ক্লিক কৰকঃ- ধৰ্ষণৰ অভিযোগ অস্বীকাৰ দুই যুৱকৰ, চিন্তিত সচেতন মহল
শিশুটিৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষী অভিযুক্ত ছাব্বিৰ আলী নামৰ লোকজনক আটক কৰিছে৷ ধৃত ছাব্বিৰ আলীৰ ঘৰ মানকাছাৰত বুলি জানিব পৰা গৈছে৷