
ছিপাঝাৰঃ দৰং জিলাৰ আবকাৰী বিভাগে বুধবাৰে বিভিন্ন ঠাইত অভিযান চলাই অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷
দৰং জিলাৰ বিভিন্ন ঠাইত অবৈধ সুৰাৰ ব্যৱসায় চলি থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে জিলা খনৰ জলজলী, জনাৰামচৌকা, দীঘিৰপাৰ, মাৰৈ, বিজুলিবাৰী আদি অঞ্চলত ব্যাপক অভিযান চলাই আবকাৰী বিভাগে৷ অভিযান কালত অবৈধ সুৰ জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগে৷