
দলংঘাটঃ ৩৩ বছৰে পালন কৰি অহা দুৰ্গা পূজাৰ সমানতৰালকৈ ৰামহৰিত পৰিতক্ত মাটি ভাঙি বনানি প্ৰস্তুতিৰ বাবে বৃক্ষ ৰোপন।গছ থাকিলেহে মানুহ থাকিব তাক সৰোগত কৰি যি সময়ত চৰকাৰৰ আঁচনিৰ ধন খৰচ কৰিও সফল হব পৰা নাই সেই সময়ত ৰামহৰি পুজা সমিতিৰ প্ৰদক্ষেপ আদৰণীয় হৈ পৰিছে।
সপ্তমীৰ দিনা বিশিষ্ট ব্যক্তি সকলক আমন্ত্ৰন জনায় ৰোপন কৰে গছ সমূহ।পূজা সমিতিৰ এনে পদক্ষেপে নিশ্চয় ক্ৰমানয়ে বাঢ়ি অহা গোলকীয় উষ্ণতা হ্ৰাসত অলপ হলেও অৰিহণা যোগাব।