AIUDF এৰিলে আব্দুৰ ৰহিম খানে

ধুবুৰীঃ AIUDFৰ বহুবল্কী নেতা তথা প্ৰাক্তন বিধায়ক আব্দুৰ ৰহমান খানে AIUDF দল ত্যাগ কৰে৷ মঙলবাৰে এই কথা ঘোষণা কৰে বিধায়কগৰাকীয়ে৷ দলটোৰ নেতা তথা সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভিত হৈ দলত্যাগ কৰা বুলি জানিব পৰা গৈছে৷

৪৩ নং বৰপেটা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে AIUDF দল লাহে লাহে ৰাইজৰ পৰা আঁতৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ কংগ্ৰেছৰ কাৰ্যকালত বিধান সভাৰ মজিয়াত সক্ৰিয় বিৰোধিৰ ভূমিকা পালন কৰিছিল বিধায়কগৰাকীয়ে৷। তেও দলৰ সাধাৰণ সম্পাদকৰ লগতে মুখপাত্ৰ আছিল।