অভিশপ্ত দিখৌৰ কৰুণ গাঁথা,অৱশেষত উদ্ধাৰ হ’ল দিখৌত সন্ধানহীন হোৱা হৰেন বৰাৰ পৰিয়াল

newsnextone.com। শিৱসাগৰঃ 
অৱশেষত উদ্ধাৰ হ’ল দিখৌত বুৰ যোৱা হৰেন বৰাৰ বাহনখন।
পাঁচদিনৰ অন্তত SDRFৰ দলে উদ্ধাৰ কৰিলে অভিশপ্ত গাড়ীখন।
ৰাইজে ৰছী লগাই পাৰলৈ অনাৰ চেষ্টা চলাইছে বাহনখনক।
পাঁচটাকৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।