টিংখাঙত ভয়ংকৰ অগ্নিকাণ্ড

টিংখাংঃ দীপাৱলীৰ আনন্দ উলাহৰ মাজতে বৃহস্পতিবাৰে নিশা ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ জাহ গ’ল এটি পৰিয়ালৰ ঘৰ-বাৰ সহ সকলো৷ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ জীতেন কোচৰ পৰিয়াল সম্পূৰ্ণ ভস্মীভূত হয়৷

জানিব পৰা মতে, বৃহস্পতিবাৰে জীতেন কোচ নামৰ লোকজনৰ গৃহত অগ্নিকাণ্ড সংঘটিত হোৱাত এখন টাটা মেজিক আৰু এখন বাইক সহ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয় পৰে৷