নগাঁও জিলাৰ লাওখোৱাত অগ্নিকাণ্ড

প্ৰতিকী ফটো
প্ৰতিকী ফটো

নগাঁওঃ দীপাৱলীৰ আনন্দ উলাহৰ মাজতে নগাঁও জিলাৰ লাওখোৱা বজাৰত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ড৷ জানিব পৰা মতে, লাওখোৱা বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়৷

ততাতৈয়াকৈ একাংশ লোকে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও অগ্নিকাণ্ডত কেবাখনো প্ৰতিষ্ঠান জাহ যায়৷