newsnextone.com। গুৱাহাটীঃ নাগালেণ্ডলৈ বান সাহাৰ্য্য বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১.২৫ কোটি টকা অভিনেতাগৰাকীৰ। মুখ্যমন্ত্ৰী নেইফিঅ’ৰিঅ’ৰ হাতত সাহায্যৰ চেক প্ৰদান কৰিলে অভিনেতাগৰাকীয়ে।