
BBC
কমলপুৰঃ কমলপুৰত জনপ্ৰিয় ক্লাবৰ উদ্যোগত কমলপুৰ মিনি ষ্টেডিয়ামত চলি থকা বিংশতিতম বাৰ্ষিক কামিনী কান্ত মালী সোৱৰণি ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেল খন অহা তিনি ছেপ্তেম্বৰত দিনৰ দুই বজাত অনুষ্ঠিত হ’ব।
এই খেলত অংশ গ্ৰহণ কৰিব জাপিয়া ভাই ভাই ফুটবল ক্লাব আৰু বালিসত্ৰ ফুটবল ক্লাবে। খেলৰ আৰম্ভণিৰ পূৰ্বে তীৰ্থ নগৰী হাজোৰ এটি সাংস্কৃতিক দলে পৰিৱেশন কৰিব বাৰে-ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান৷