তৰণী আৰিমত্ত ফুটবলত কাউৰ বাহা এফ চিৰ অগ্ৰগতি

BBC
BBC

তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ সৌজন্যত স্থানীয় মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা প্ৰাইজমানি প্ৰতিযোগিতাৰ আজিৰ খেলত কাউৰবাহা এফ চি য়ে অগ্ৰগতি লাভ কৰিছে।

আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ তৃতীয় খন খেলত দলটোৱে প্ৰতিদণ্ডী জি এম চি দলক ১-০ গলৰ ব্যবধানত পৰাস্ত কৰে।