
জাগীৰোডঃ ৰাজ্যসভাত অনিৰ্দিষ্টকাললৈ স্থগিত কৰাত ৰাজ্যজুৰি আনন্দ বিয়পি পৰিছে৷ অৱশেষত সকলোৰে প্ৰতিবাদ তথা ন্যায়ৰ বাবে যুঁজ দিয়া যুদ্ধখনৰ সফলতা লাভ কৰাত ৰাজ্যৰ লগতে জাগীৰোডটো উল্লাহ কৰিছে ৰাইজে৷
আছু, আমছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ফটকা ফুটাই বিজয়ৰ স্ফূৰ্তি কৰিছে৷ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ ৰে’ল গেটত ঢোল, তাল বজাই পৰমম্পৰাগতভাৱে আনন্দ কৰিছে৷