কাজিৰঙাৰ অগৰাতলিত বনকৰ্মীৰ গুলীত নিহত এজনী মাইকী গঁড়

newsnextone.com।কাজিৰঙাঃ 
কাজিৰঙাৰ অগৰাতলিত অঘটন।

বনকৰ্মীৰ গুলীত নিহত এটা খৰ্গ থকা গঁড়।

অগৰাতলিৰ তামুলীপথাৰ বনশিৱিৰ এলেকাত সংঘটিত এই ঘটনা।

পহৰা দি থকা অৱস্থাত চোঁচা মাৰি অহা গঁড়লৈ গুলীচালনা বনকৰ্মীৰ।

থিতাতে নিহত প্ৰকাণ্ড মাইকী গঁড়জনী।

কিছু সময় পূৰ্বে সংঘটিত হৈছে এই ঘটনা।