খাৰুপেটীয়াত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ

খাৰুপেটীয়াঃ দলগাঁও মণ্ডল কংগ্ৰেছৰ শতাধিক সমৰ্থকে খাৰুপেটীয়া ৰাজীৱ ভৱন প্ৰাংগনত বি জে পি মুৰ্দাবাদ, মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, আদি শ্ল'গানেৰে উত্তাল কৰে ৰাজীৱ ভৱন প্ৰাংগন।

বৃহস্পতিবাৰে মু্খ্যমন্ত্ৰী সৰ্বানন্দই কংগ্ৰেছ দলৰ  লগতে সভাপতি ৰাহল গান্ধীক বেইমান বুলি কোৱাৰ প্ৰতিবাদত শুকুৰবাৰে কংগ্ৰেছ সমৰ্থকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।