মৰিয়নীত নিশা চলিছে চোৰাং বালিৰ অবৈধ বেহা

newsnextone.comমৰিয়নীঃ সমগ্ৰ ৰাজ্যৰ যেন এতিয়া চোৰাং বেহা সহজলভ্য হৈ পৰিছে। শুকুৰবাৰে ঠিক তেনে এক ঘটনা সংঘটিত হৈছে মৰিয়নীত। মৰিয়নী চহৰৰ মাজমজিয়াত এএছ-০৩ বিচি-৬৫০০ নম্বৰৰ এখন চোৰাং বালি সৰবৰাহ কৰা ট্ৰাক বনবিভাগে জব্দ কৰে। প্ৰয়োজনীয় নথি-পত্ৰ বিহীন ট্ৰাকখন জব্দ কৰাৰ পাছত বন বিভাগে এৰি দিয়ে।