
শিমলুগুৰিঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান কে কে চহৰীয়াৰ সহযোগত ০৬ অক্টোবৰত অনুষ্ঠিত হ’ব বিনামূলীয়া চকুপৰীক্ষা আৰু চিকিৎসা শিবিৰ।
নাজিৰা এমচি ক্লাৱত অনুষ্ঠিত হ’বলগীয়া শিবিৰত সকলো ৰাইজৰ সহযোগ কামনা কৰিছে আমছুৰ নাজিৰা আঞ্চলিক সমিতিয়ে৷