
ডিজিটেল ডেস্কঃ সংবাদ প্ৰতিষ্ঠান এএনআইৰ খবৰ মতে নেপালৰ ৰাজধানী কাঠমাণ্ডুত এখন বিমান দুৰ্ঘটনাত পতিত হয়৷ ৬৭ গৰাকী যাত্ৰী থকা বিমান খন দুৰ্ঘটনাত পতিত হোৱা ঠাইৰ পৰা ইতিমধ্যে ৮ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
Nepal: A US Bangla Airlines plane carrying 67 passengers on board crashed at Tribhuvan International Airport in Kathmandu. Airport has been closed for all operations. Rescue operation underway. pic.twitter.com/4odnceud94
— ANI (@ANI) March 12, 2018
ইউ এছ বাংলা বিমান সেৱাৰ বিমান খনে ৬৭ গৰাকী যাত্ৰী কঢ়িয়াই আনি থকাৰ সময়তে কাঠমাণ্ডুৰ ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ক্ৰেচ হয় বিমান খন৷ ঘটনা সংঘটিত হোৱাৰ পিছতেই বিমান বন্দৰৰ পৰা সকলো বিমানৰ উৰণ বন্ধ কৰাৰ লগতে উদ্ধাৰ অভিযান অব্যাহত আছে৷