
গুৱাহাটীঃ শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ শৰাইঘাটৰ পুৰণি দলং খনত যাতায়াত বন্ধ থাকিব৷
যাতায়াত বন্ধ কৰিব উত্তৰ পূৰ্বাঞ্চল ৰেলৱেই৷ জানিব পৰা মতে, শৰাইঘাটৰ পুৰণি দলঙ খনত পুৱা ১০ বজাৰ পৰা পৰীক্ষণ কৰিব ৰেল বিভাগে৷ যাৰ ফলত পুৱা ১০ বজাৰ পৰা ২ বজালৈ যাতায়াত বন্ধ থাকিব দলং খনত৷