৩১ মাৰ্চৰ বিয়লি ২ বজালৈ কোষাগাৰত জমা দিব পাৰিব বিল

গুৱাহাটীঃ ৰাজ্যৰ কোষাগাৰ সমূহ ৩১ মাৰ্চৰ বিয়লি ২ বজালৈ খোলা থাকিব৷ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে৷

কোষাগাৰত বিল জমা দিয়াৰ অন্তিম সময় নিৰ্ধাৰণ কৰি স্পষ্ট নিৰ্দেশনা প্ৰেৰণ কৰে৷ কোষাগাৰসমূহক নিৰ্দেশনা দি ৩১ মাৰ্চৰ বিয়লি ২ বজাৰ ভিতৰত বিল জমা দিব লাগিব বুলি কয় বিত্ত বিভাগে৷