'আনক অপবাদ দিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নকৰিব’, মমতা

ডিজিটেল ডেস্কঃ আনক অপবাদ দিবলৈ, ভুৱা বাতৰি, হিংসা-বিদ্বেষ বিয়পাবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নকৰিব। মমতা বেনাৰ্জিৰ এই আহ্বান বৃহস্পতিবাৰে। World Telecommunication and Information Society দিৱস উপলক্ষে টুইটত কৰি কয় যে ঋণাত্মক চিন্তাধাৰা বিয়পোৱা বা অইনক অপবাদ দিয়া কামত ব্যৱহাৰ কৰাটো অনুচিত। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে ফেচবুক, হোৱাটচএপ অপব্যৱহাৰ নকৰিবলৈ সকলোকে আহ্বান জনায়।