
newsnextone.com।তেজপুৰঃ একালৰ প্ৰভাৱশালী ৰাজনৈতিক নেতা তথা তেজপুৰৰ প্ৰাক্তন সাংসদ মনি কুমাৰ চুব্বা কেনে আছে ৷ দুবাৰকৈ বিধায়ক আৰু তিনিবাৰ সাংসদ হোৱা ৰাজনৈতিক নেতাজন ২০১৪ চনৰ পৰাই নেতাজনৰ জীৱন হুইল চেয়াৰত।
২০১৪ চনৰ লোকসভা নিবাচনত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ কালৰ পৰা পেচাৰ উচ্চ ৰক্তচাপত অসুস্থ হৈ পৰিছিল। অগাধ ধন সম্পত্তিৰ মালিক আজিও হুইল চেয়াৰত। আগন্তক নিবাচনত নিজৰ পত্নী জ্যোতিক নিৰ্বাচনত খেলাব বুলিও জানিব পৰা গৈছে ।