
newsnextone.com| মৰিগাওঁঃ বিশিষ্ট বৈষ্ণৱ সাহিত্যিক একশৰণ ভাগৱতী সমাজ অসমৰ আচাৰ্য্য দয়াল কৃষ্ণ বৰাৰ মৃত্যু ত মৰিগাঁও জিলা কলিতা জনগোষ্ঠী সন্মিলন ৰ সম্পাদক দুলু মণি বৰা আৰু জিলা কলিতা সেনাৰ আহ্বায়ক ভদ্ৰেশ্বৰ কলিতা ই গভীৰ শোক প্ৰকাশ কৰিছে৷ লগতে তেখেতৰ আত্মাৰ সদগতিৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাথৰ্না জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্থানীয় ৰাইজ তথা পৰিয়ালবৰ্গই৷