
newsnextone.com| ৰঙিয়াঃ ৰঙিয়াৰ নিউ মাৰ্কেটত অঘটন। পুৱাৰ ভাগত নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ কাষৰ বাইকৰ গেৰেজত সোমাল ভূটানৰ যাত্ৰীবাহী ট্ৰেভেলাৰ। কথমপি ৰক্ষা স্কুলীয়া ছাত্ৰ ছাত্ৰী ৰ লগতে পথচাৰী। ভূটানৰ পৰা ফুলচিলিং অভিমুখে আহি আছিল এই ট্ৰেভেলাৰ খন। দূৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বন্ধ আছিল গেৰেজখন। যাত্ৰী তথা পথচাৰী কোনো ক্ষতি হোৱা নায়, যদিও ট্ৰেভেলাৰৰ প্ৰচণ্ড খুন্দাত বন্ধ গেৰেজটোৰ অনিষ্ট হোৱা পৰিলক্ষিত হয়৷