তেজপুৰ বিশ্ববিদ্যালয় হোষ্টেলত উদ্ধাৰ ছাত্ৰৰ ৰহস্যজনক মৃতদেহ

newsnextone.com। তেজপুৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ চি ভি ৰমন হোষ্টেলত উদ্ধাৰ কৰা হৈছে এজন ছাত্ৰৰ ৰহস্যজনক মৃতদেহ৷ উদ্ধাৰ হোৱা মৃতদেহটো গৱেষক ছাত্ৰ কংকন কলিতাৰ বুলি চিনাক্ত কৰা হৈছ৷ কংকনৰ ঘৰ যোৰহাটৰ গড়মূৰত৷ কোকৰাঝাৰ CIT-ৰ প্ৰৱক্তা কংকনে তেজপুৰ বিশ্ববিদ্যালয়ত জুলাই মাহত নামভৰ্তি কৰিছিল বুলি জানিব পৰা গৈছে৷