তেজপুৰত সুধাকণ্ঠক স্মৰণ

তেজপুৰঃ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আমাৰ মাজত কায়িকভাৱে নাথাকিলেও তেখেতৰ হৃদয়স্পৰ্শী কণ্ঠ, মানৱীয় প্ৰমূল্যবোধ আৰু সুবিশাল কৰ্মৰাজি চিৰস্মৰণীয় হৈ থাকিব। আজি মৃত্যু বাৰ্ষিকীত তেজপুৰৰ বিভিন্ন স্থানত অনুষ্ঠিত হয়। আনহাতে উত্তৰ-পশ্চিম তেজপুৰ সাহিত্য সভাৰ উদ্যোগতো তেওঁৰ স্মৃতিত বিশেষভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে৷