ট্ৰেক্টৰৰ খুন্দাত আহত এজন

বালিপৰাঃ শোণিতপুৰৰ বালিপৰাত শনিবাৰে ট্ৰেক্টৰে মহতীয়ালে এজন মটৰ চাইকেল আৰোহীক। গুৰুতৰভাৱে আহত মটৰ চাইকেল আৰোহীজনৰ নাম গৌতম মমিন। আনহাতে, আহত ব্যক্তিজনক চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে৷