- মাঘ বিহুৰ দিনাই চামগুৰিত অঘটন।
- চামগুৰিৰ ভৰাগুৰিৰ বিলপাৰত বন্যহস্তীৰ গচকত মৃত্যু এজনৰ।
- নিহত হোৱা লোকজনৰ নামৰ তেম্বা ওৰাং।
- শৌচ কৰিবলৈ জংঘলত সোমাওতেই লোকজনক আক্ৰমণ চলায় বনৰীয়া হাতীটোৱে।
- দীৰ্ঘদিন ধৰি অঞ্চলটোত বন্যহস্তীটোৱে চলাই আছিল উপদ্ৰৱ,বন বিভাগৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ।
