জাতিৰ স্বাৰ্থত অৰ্ধ-উলংগ প্ৰতিবাদ AJYCPৰ

তেজপুৰঃ শনিবাৰে তেজপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে।