ছয়গাঁৱত আছুৰ ১০ ঘণ্টীয়া অনশন

ছয়গাঁওঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টাকৈ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত ছয়গাঁৱত সোমবাৰৰপৰা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷

আজি পুৱা ৬ বজাৰপৰা ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই আৰম্ভ কৰিছে ১০ ঘন্টীয়া অনশন৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰাৰ দাবীৰে হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে৷