পৰিবহনৰ নতুন নিয়ম ভংগকাৰী চিটীবাছৰ বিৰুদ্ধে অভিযান

গুৱাহাটীঃ মহানগৰীত নিয়ম উলংঘা কৰা চিটীবাছৰ বিৰুদ্ধে অভিযান পৰিবহণ বিভাগৰ। লাষ্টগে’টৰপৰা বশিষ্ঠ মন্দিৰ সংযোগী পথত চলোৱা অভিযানত ১৭ খন বাছৰ চালকক জৰিমনা বিহাৰ লগতে জব্দ কৰা হয় ৬ খন বাছ। 

অনুজ্ঞা-পত্ৰ নথকা, ইউনিফৰ্ম পৰিধান নকৰা, বাছৰ আগত ফটো নৰখা চালকক জৰিমনা বিহিলে পৰিবহণ বিভাগে।