তেজপুৰত সদৌ ভাৰত জ্যোতিষ সন্মিলন আৰাম্ভ

তেজপুৰঃ তেজপুৰত শনিবাৰৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে আৰাম্ভ হৈছে সদৌ ভাৰত জ্যোতিষ সন্মিলন। 

আজি সন্মিলনখন উদ্ধোধন কৰি জ্যোতিষী ওম প্ৰকাশ পাণ্ডিয়াই বৰ্তমান সমাজ ব্যৱস্থাত জ্যোতিষ শাস্ত্ৰৰ  প্ৰয়োজন বুলি কয়।

জ্যোতিষ শাস্ত্ৰৰ লগত গণনাৰ ওতপ্ৰোত সম্পৰ্ক আছে বুলি তেওঁ দোহাৰে। দেশৰ লগতে বিদেশৰ  বহুকেইজন জ্যোতিষ বিজ্ঞানীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰে।