By: NNO Correspondent
April 7, 2019 - 20:43
- সংবাদমেলখন অনুষ্ঠিত হয় উত্তৰ লখিমপুৰ জিলা উপায়ুক্ত কায্যালয়ত
- লখিমপুৰ, নাওবৈচা, আৰু বিহপুৰীয়াৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা 530986 ,তাৰে নতুন ভোটাৰ হৈছে 11005 জন
৬৫৫ টা ভোটকেন্দ্ৰত ১১ এপ্ৰিলত অনুস্থিত হব ভোটগ্ৰহণ। তাৰে অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ হৈছে লখিমপুৰত 1টা,বিহপুৰীয়াত 1টা, আৰু নাওবৈচাত 5টা
- নিৰাপত্তাৰ খাতিৰত ১৪ টা জ'নত বিভক্ত কৰা হৈছে ভোটকেন্দ্ৰ সমুহ
- 50টা ভোটা কেন্দ্ৰত videographyৰ দ্বাৰা পৰ্য্যবেক্ষনৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে,তাৰে লখিমপুৰৰ 20টা, নাওবৈচাৰ15টা আৰু বিহপুৰীয়াৰ 15টা ভোট কেন্দ্ৰ
- প্ৰতিটো ভোটকেন্দ্ৰত নিয়োগ কৰা হব একোজন হোমগাৰ্ড আৰু কনিষ্ঠবল
- অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰত নিয়োগ কৰা হব অৰ্ধসামৰিক বাহিনী
- ভোটগ্ৰহণ শান্তিপূৰ্ণ ভাবে অনুস্থিত কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিব জিলা প্ৰশাসনে