বিলাসীপাৰাত ষ্টাইল বাজাৰৰ শুভ উদ্ধোধন

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰত পোন প্ৰথমে শ্ৰী জয় দেৱ চ্যৰ্টাজী উদ্যোগত ২৭ বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী, গন্য-মান্য ব্যক্তি আদিকে ধৰি উপস্থিতিত আজি আনুষ্ঠানিকভাৱে বিলাসীপাৰাত চহৰত ষ্টাইল বজাৰ শুভ উদ্ধোধন কৰে। 

উল্লেখ্য যে, ষ্টাইল বজাৰখনত মেনজ্ জীনছ, লেডিজ্ জীনছ, খাদী চিল্ক শাড়ী, বিভিন্নধৰণৰ গহণা, সৌন্দৰ্যৰ সামগ্ৰী আদিকে ধৰি বিভিন্ন ধৰণৰ নতুন নতুন প্ৰডাকশ্চনৰ বস্তু ৰেহাই মূল্যত বিলাসীপাৰা ষ্টাইল বজাত ক্রয় কৰিব পাৰিব বুলি জানিব পৰা গৈছে।