কলিয়াবৰত ৩দিনৰ বাবে বিদ্যালয় বন্ধ ষোষণা

কলিয়াবৰঃ কলিয়াবৰত সকলো বিদ্যালয় ৩ দিনৰ বাবে  বন্ধ ঘোষণা জিলা প্ৰশাসনৰ। বান পৰিস্থিতিৰ বাবে এই ঘোষণা।বৃহস্পতিবাৰৰ পৰা ৩ দিনৰ বাবে বন্ধ থাকিব মহকুমাটোৰ সকলো বিদ্যালয়।