আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গিৰীশ ভট্টাচাৰ্য্যৰ মৃত্যু

♦ আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গিৰীশ ভট্টাচাৰ্য্যৰ মৃত্যু।

♦ তেওঁ বৰ্তমানৰ আছুৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য্যৰ জ্যেষ্ঠ ভাতৃ।

♦ বুধবাৰে সন্ধিয়া টংলাস্থিত নিজ বাসগৃহত মৃত্যু হয় প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ।

♦ ভট্টাচাৰ্য্যৰ মৃত্যুত ওদালগুৰি জিলা, মহকুমা, আঞ্চলিক ছাত্ৰ সন্থাৰ শোক প্ৰকাশ।

♦ NNO ওদালগুৰি ♦