♦ হোজাইৰ মোৰাঝাৰত নিশা ১০ বজাত পথ দুৰ্ঘটনাত নিহত এজন৷
♦ বাইকৰ খুন্দাত থিতাতে নিহত আহমেদ আলী নামৰ লোকজন।
♦ মোৰাঝাৰৰ চৌধুৰী বজাৰৰ সমীপৰ চাৰিংপথাৰ গাঁৱত এই ঘটনা।