বেজেৰাত পথ দুৰ্ঘটনা, আহত এজন

বেজেৰাঃ বাইহাটা চাৰিআলিৰ বেজেৰাত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিশা প্ৰায় ১২ বজাত বাইহাটা চাৰিআলি অভিমুখে গৈ থকা এখন খালি তেলৰ টেংকাৰে নিয়ন্ত্ৰন হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দলঙৰ ৰেলিং ভাঙি দ খাৱৈত পৰে। দুৰ্ঘটনাটোত তালকজন গুৰুতৰ ভাৱে আহত হয়।

আহত চালকজনক সংকটজনক অৱস্থাত বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়।