
চতিয়াঃ চতিয়াত সেৱা দিৱস পালন৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি জন্মদিন৷ জন্মদিনৰ লগত সংগতি ৰাখি বিজেপি ৰাজ্যৰ বিভিন্ন ঠািৰ লগতে চতিয়াতো সেৱা দিৱস হিচাপে পালন কৰা হয়।
চতিয়া মণ্ডল বিজেপিয়ে চতিয়া আৰক্ষী থানাৰ চৌহদ পৰিস্কাৰ কৰাৰ লগতে বৃক্ষৰোপন কৰি দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন কৰে।