
India
বাহাকাবাৰীঃ আজি পুৱা লাওঁপানী ষ্টেচনৰ সমীপত দুই নং ৰেলৰ চিৰিৰ মাজত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়৷ খণ্ড বিখণ্ড হৈ থকা মৃতদেহটো কোনো পুৰুষ ব্যক্তিৰ বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে৷
প্ৰায় ৪৫ বছৰীয়া ব্যক্তিজন নামনি মুৱা নাগালেণ্ড এক্সপ্ৰেছৰ পৰা মৃত্যু ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে ৰেল আৰক্ষীয়ে৷