তেজপুৰঃ তেজপুৰত অৰ্ধগতিল অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ৷
কোনো পুৰুষৰ অচিনাক্ত মৃতদেহটো উদ্ধাৰ হৈছে তেজপুৰৰ জাহাজ টাপুত৷
নদী আৰক্ষীৰ জৰিয়তে উদ্ধাৰ কৰা হৈছে মৃতদেহটো৷