
কাজিৰঙাঃ শাৰদীয় দুৰ্গোৎসৱৰ মাজতে বোকাখাতত সংঘটিত হ’ল এক শোকাৱহ ঘটনা৷ ঘাঁহ কাটিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে এজনে৷
জানিব পৰা মতে গৰা মুণ্ডাস নামৰ ৪৫ বছৰীয়া ব্যক্তিগৰাকীয়ে নাওলৈ ঘাঁহ কাটিবলৈ গৈছিল৷ কিন্তু নাওখন পানীত বুৰ যোৱাত ব্যক্তিগৰাকীৰ সলিল সমাধি ঘটে৷ বোকাখাত চাহ বাগিচা নিৱাসী লোকজনৰ ময
নাও বুৰ গৈ সলিল সমাধি গৰা মুণ্ডা (৪৫) নামৰ লোকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷